এপ্ৰিল ফুল
--- মেঘালী ৰাজকুমাৰীএনে এটা দিন আছিল,ফুল আৰু ভোমোৰাৰ নিঁভাজ চুম্বনত
নাছিল কোনো আক্ষেপ ,অনিহা,
আছিল অভিমান
ক্ষণিক ডাৱৰৰ ওন্দোলা আকাশ।
এনে এটা দিন আহিল
ফুলবোৰ তলমুৱা
জয় পৰা ছবি
ভোমোৰাৰ ৰ'দ কাচলিত হঠাৎ বিজুলি,
বাস্তৱতাৰ দপোনত মুখ চাই আপোনা আপুনি
ধেনুষ্ঠংকাৰত ভুগিছে ফুলৰ কলি ।
Buy " Ashimat Jar Heral Hima"
https://amzn.to/2MwppOu
Comments
Post a Comment