সখীয়তী গোলপীয়া ঠোঁট
কি বুলি মাতিলি তই?

পাটমাদৈ ময়ে
উদাস ফাগুন কিছু পৰ।

হাবি ফুলে কলিয়াইছে
কামিনীকুসুম।

Comments

Popular posts from this blog