হৃদয়ৰ তাগিদাত প্ৰেমিক আত্মাই

ঘনে ঘনে প্ৰেমৰ সৌধ সাজে

জয়াল গুহাৰ বাদুলী

মকৰাৰ জালত উলমি থকা দুটি চকুৱে

চেৰাপুঞ্জী ,মৌচিনৰামৰ কথকতা ৰচে ।

Comments

Popular posts from this blog