ঘোঁৰাৰ চেঁকুৰ
তেজস্বী শৱদ
শুনি আছো মই।

অনুভৱৰ পান্থশালাত
সুৰুযমুখী ফুল
নদীৰ মোহনাত
চাকনৈয়া
মন মগজু ।

যোৱা ৰাতি চাপৰিৰৰ
সৰিয়হ ডৰাত পখিলা খেদিলো
ঠুনুকা পাখিৰ আবেশ
এইয়া হাতত।


Comments

Popular posts from this blog