কাব্য গাথা ----- [৯]
আত্মজ
গোলাপী কোমল ভৰি
পৰুৱাও নাপালে সাৰ ।
আন্ধাৰে আন্ধাৰে কোন কেনি গুছি গ'ল,
দ চানেকীয়া খোজ
পুৱাতে দেখি বিষাদ বিষাদ ।
-------- মেঘালী ৰাজকুমাৰী ।
আত্মজ
গোলাপী কোমল ভৰি
পৰুৱাও নাপালে সাৰ ।
আন্ধাৰে আন্ধাৰে কোন কেনি গুছি গ'ল,
দ চানেকীয়া খোজ
পুৱাতে দেখি বিষাদ বিষাদ ।
-------- মেঘালী ৰাজকুমাৰী ।
Comments
Post a Comment