কাব্য গাথা -----
[১০]
কুঁৱলী পৰা দিন বুলিয়ে ইমানকৈ পৰেনে
কাউৰী কা টোকে নুশুনি ।
এই পাৰৰ চাপৰিত ৰিং এটা শুনিলো
ইপাৰৰ সৰিয়হ ফুলিল হবলা
শুভ্ৰতাত খুটিয়াই কাম চৰাই ঠোঁট (ৰঙা) ।
------- মেঘালী
[১০]
কুঁৱলী পৰা দিন বুলিয়ে ইমানকৈ পৰেনে
কাউৰী কা টোকে নুশুনি ।
এই পাৰৰ চাপৰিত ৰিং এটা শুনিলো
ইপাৰৰ সৰিয়হ ফুলিল হবলা
শুভ্ৰতাত খুটিয়াই কাম চৰাই ঠোঁট (ৰঙা) ।
------- মেঘালী
Comments
Post a Comment