জুই ফুলা ফাগুনত আকাশলৈ যদি চোৱা
মদাৰৰ চুপহিতে অজস্ৰ ঠিকনা।
হৈমন্তী ৰাতিৰ জোনাকী পৰুৱা
টিপ চাকিৰ পোহৰ যেন উঠা নমা
সোনসেৰীয়া আঘোন
নৰা পেঁপাৰ সুৰ এটা।
মদাৰৰ চুপহিতে অজস্ৰ ঠিকনা।
হৈমন্তী ৰাতিৰ জোনাকী পৰুৱা
টিপ চাকিৰ পোহৰ যেন উঠা নমা
সোনসেৰীয়া আঘোন
নৰা পেঁপাৰ সুৰ এটা।
Comments
Post a Comment