কাব্য গাথা
[১১]
ফিচাখনৰ বাবেই নিজান পানীটো
নেদেখে পানী তলৰ কাঁইট
বেলিফুলৰ গোন্ধ নাকত সানি ডেওডৰিকণা , শিঙি মাছে চুই চায় শেলুৱৈ পাৰত ।
--- মেঘালী
[১১]
ফিচাখনৰ বাবেই নিজান পানীটো
নেদেখে পানী তলৰ কাঁইট
বেলিফুলৰ গোন্ধ নাকত সানি ডেওডৰিকণা , শিঙি মাছে চুই চায় শেলুৱৈ পাৰত ।
--- মেঘালী
Comments
Post a Comment