হাইকু
-----------------
কপহুৱা মেঘ মোৰ নামিয়ে তিয়ালি
বিৰিনা দেহা
সৰুদৈয়া জাপিৰে বান্ধিলো বহাগক,
ই যে সুখৰ পথাৰৰ সঁজাল কঠিয়া
জোনাকৰ আঙুলিত লিহিৰি গগনা
ৰঙদৈ নাচনী আবেগৰ বতৰা।
-----------------
কপহুৱা মেঘ মোৰ নামিয়ে তিয়ালি
বিৰিনা দেহা
সৰুদৈয়া জাপিৰে বান্ধিলো বহাগক,
ই যে সুখৰ পথাৰৰ সঁজাল কঠিয়া
জোনাকৰ আঙুলিত লিহিৰি গগনা
ৰঙদৈ নাচনী আবেগৰ বতৰা।
Comments
Post a Comment