মনানুভৱ
(১)
গোমা পশ্চিমে ওন্দোলাই আনিলে
আকাশ
বিজুলী ঢেৰেকণি অস্থিৰ
মন অবাক।
(২)
পূবে ওলালে পুৱাৰ বেলি
কোমল সমীৰে চুলেহি দুভৰি।
(৩)
বাৰিষা মানেই সেউজী পথাৰ
ডৰিকনা আখল ইহাত সিহাত
বেহাবলৈ যাওঁ
কেৰু ,খাৰু, মণি
আৰ্চী ,কাকৈ ,ফণি
ন - কইনা সাজ।
(৪)
পাহাৰ টিঙৰ পৰা নামিল
স্ফটিক জুৰি
হাঁহিৰ সঁফুৰা খোল
ভৰা যমুনা ৰুণজুন ধ্বনি।
(১)
গোমা পশ্চিমে ওন্দোলাই আনিলে
আকাশ
বিজুলী ঢেৰেকণি অস্থিৰ
মন অবাক।
(২)
পূবে ওলালে পুৱাৰ বেলি
কোমল সমীৰে চুলেহি দুভৰি।
(৩)
বাৰিষা মানেই সেউজী পথাৰ
ডৰিকনা আখল ইহাত সিহাত
বেহাবলৈ যাওঁ
কেৰু ,খাৰু, মণি
আৰ্চী ,কাকৈ ,ফণি
ন - কইনা সাজ।
(৪)
পাহাৰ টিঙৰ পৰা নামিল
স্ফটিক জুৰি
হাঁহিৰ সঁফুৰা খোল
ভৰা যমুনা ৰুণজুন ধ্বনি।
Comments
Post a Comment